Podcasts by Category

Bhakti Boson - Thru the Bible Assamese

Bhakti Boson - Thru the Bible Assamese

ভক্তিবচন - Bhakti Boson @ ttb.twr.org/assamese

"ভক্তিবচন" অনুষ্ঠানটি বিশ্বজুৰি বাইবেল শিক্ষা প্ৰদান কৰা পৰিচৰ্য্যাৰ এটি অংশ ৷ বৰ্তমান ১০০তকৈয়ো অধিক ভাষাত অনুদিত হোৱা এই শিক্ষাসমুহ ড. জে ভাৰ্নন মেকগিৰ দ্বাৰা প্ৰথমতে সজোৱা হৈছিল ৷ প্ৰতিদিনে ৩০ মিনিটৰ এই অনাতাঁৰ অনুষ্ঠানসমুহ এনেদৰে সুশৃংখলভাৱে সজোৱা হৈছিল যে এজন শ্ৰোতাই সহজতেই বাইবেলখন শিকিব পাৰে ৷ এতিয়া সেই অনুষ্ঠানসমুহকেই অনলাইনযোগে আপোনালৈ আগবঢ়োৱা হৈছে ৷ এই অনুষ্ঠানসমুহ শুনি ঈশ্বৰৰ বাক্য শিকিবলৈ আৰম্ভ কৰাৰ বাবে আমি আপোনাৰ ওচৰত অতি কৃতজ্ঞ ৷ আপুনি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰতিদিনে একোটাকৈ অনুষ্ঠান শুনিবলৈ পৰামৰ্শ আগবঢ়াইছো ৷ আপুনি এইদৰে অনাগত ৫ বছৰ নিয়মীয়াকৈ প্ৰতি সপ্তাহে শুনি থাকিলে সম্পূৰ্ণ বাইবেলখন অধ্যয়ন কৰি অতাব পাৰিব ৷

1913 - জখৰীয়া 11:11-17
0:00 / 0:00
1x
  • 1913 - জখৰীয়া 11:11-17
    Tue, 14 May 2024 - 30min
  • 1912 - জখৰীয়া 11:1-10
    Mon, 13 May 2024 - 30min
  • 1911 - জখৰীয়া 10:3-12
    Fri, 10 May 2024 - 30min
  • 1910 - জখৰীয়া 10:1-2
    Thu, 09 May 2024 - 30min
  • 1909 - জখৰীয়া 9:10-17
    Wed, 08 May 2024 - 30min
Show More Episodes